• deepikabordoloi 5w

    সত্য।।।

    বাস্তৱ....এক কঠিন যেন লগা সত্য
    অতীত,এক স্মিতি হৈ জিলিকা নতুন স্বপ্ন।।
    তাতে আছে জীৱনৰ সুন্দৰ সোনোৱালী মত্য।।
    আকৌ,ভৱিষ্যতৰ ৰহস্যময় কিছু মায়াময় লগ্ন।।

    ©deepikabordoloi