• bidyuttbikash 14w

    প্ৰশ্নোত্তৰ

    বন্ধুসকলে প্ৰায়ে আজিকালি সোধে," তুমি প্ৰেমৰ কবিতা নিলিখা হ'লা কিয় ?"
    মই কওঁ, "প্ৰেমৰ অন্য নাম লুকাভাকু !"

    মোক সোধে," তুমি কাৰোবাৰ প্ৰেমত পৰিছিলা নেকি ?"
    মই কওঁ," সূৰ্যটো কেতিয়াবা চুব পৰা হ'লে !"

    ---" তুমি সূৰ্য ভাল পোৱা ?"
    মই কওঁ," প্ৰেম আৰু আন্ধাৰৰ বিৰাট শত্ৰুতা !"

    -----"তোমাৰ প্ৰিয় ৰং কি ?"
    -----"প্ৰেম !"

    -----"তোমাৰ প্ৰিয় শব্দ কি ?"
    -----" প্ৰেম !"

    -----"তুমি প্ৰেমত পৰিছা ?"
    -----"নাই , মই শূন্য ভাল পাঁ‌ও ।"

    ©bidyuttbikash