• pranamikashyap 15w

    লাজুকী

    চকু জুৰি দেখি এনে লাগে
    যে তাইৰ হিয়াখন বৰ কোমল!
    কিন্তু!
    নাজানো কিয় ভয় লাগে
    জানোচা দুবৰি বনকোঁচা মৰহি যায়
    কি যানিবা লাজুকী বনৰ দৰে
    লাজকে তলমূৰ কৰি পেলাই তাই
    কিন্তু কি কৰো ক'
    মই নিকৃষ্ট এটি মানৱ
    সহায় কৰিব গৈ যদি
    ভাঙি পেলাওঁ কাৰোবাৰ হিয়া
    এইবুলি জান লাজুকী
    ভয় লাগে অ' বহুত
    তই হ'লি লাজুকী
    কিন্তু মই পাষান হৃদয়ৰ গৰাকী
    কিন্তু কিয় নাজানো তোক পায় ময়ো গলিছো
    আগ্নেয়গিৰি লাভাৰ দৰে
    উটি ভাঁহি আহিছো মই লাজুকী তোৰ কাষলৈ
    কৰিবিনে মোক সহায় তই????
    ©aparajita_bhagawati