• animasarmabhattacharyya 5w

    সৰ্বত্ৰ

    কিয় ইমান হাহাকাৰ
    বুকুৱে বুকুৰ মৰম বিচাৰি
    হৃদয়ে কিয় উচুপি উঠে
    এধানি ভালপোৱাৰ বাবে
    হৈ পৰিল নেকি
    মৰম ভালপোৱা
    ৰজা শিলাদিত্যৰ শিলৰ চোলা।
    ©animasarmabhattacharyya