• deepikabordoloi 22w

    ব্যকুল মনৰ ভাষা

    আজি মন কিয় উৰা মাৰে
    বহু দুৰলৈ ,
    দুৰনিৰ বতাহ জাকি চাবলৈ..
    শূন্য হৈ ৰোৱা মোৰ পৃথিৱীত
    সেউজীয়া বৰণ সানিবলৈ।
    মনৰ বাকৰিত হালধীয়া মদাৰৰ আভাস,
    ব্যকুল মনত বকুল,শেৱালিৰ মনুমোহা সুভাম।
    আজি মাথো সংগীতৰ সপ্ত স্বৰতেই
    জীৱণ প্ৰণিপাত।।।




    ©deepika bordoloi...