• kukilpratimsaikia 6w

    "কিয় হ’ল" অতীতে ভাবে
    বৰ্তমানে ক’লে
    "জীৱন এনেকুৱাই
    সুখৰ দৌৰত
    হৈ যোৱাবোৰেই সুৰুঙা
    তোমাৰ কাষলে যাবলৈ"
    ©kukilpratimsaikia