• nayan88 23w

    @"মা"

    তোমাৰ সুগন্ধিয়ে আপোনপাহৰা
    স্বৰ্গতকৈও অধিক সুখ
    উপলব্ধি তোমাৰ কোলা
    তুমি অপৰুপা,অনন্যা আৰু অতুলনীয়া

    সচাঁ,শ্ৰদ্ধা ,বিনাস্বাৰ্থৰ প্ৰেম বিচৰা যদি
    মাৰ ওচৰলৈ যোৱা
    আজন্ম প্ৰেমৰ অধিকাৰী
    আমাৰ সকলোৱে অতি মৰমৰ 'মা'

    তুমি চিৰ দিন চিৰ নমস্য হৈ
    আমাৰ মাজত জীয়াই থাকা
    হে-'মা' আমাক জীয়াই থকাৰ
    অধিকাৰ তুমিয়েই দিয়া।
    ©nalinnayan