• deepikabordoloi 23w

    মেঘাচ্ছন্ন জীৱণ

    সময়ৰ পাখি লগা গতি,
    তাৰ লগে লগে জীৱণৰ সুখ দুখৰ স্মিতি
    স্বপ্নস্ৰষ্টা মনত সপুণৰ এটি বুজা
    তাতে আছে স্বপ্ন ভ‌‌ংগৰ অলেখ খোকোজা।
    শ্ৰাতিৰে ভৰা এক ৰ্দূব‌ল শৰীৰৰ মমতাৰ গান,
    তাতে নিবিড় ভাবে বৈ মাথো
    চকু উপচি বাৰিষাৰ বান।।।।।।
    মোহনাত ৰৈ নিৰৱে নিথৰ হৈ
    তোমাৰেই অপেক্ষাত লগ্ন আজি,
    অনাখৰী মনৰ বুজাক লবাহি জানো সাবতি???

    ©deepikabordoloi