• rabisankar 6w

    "একাত্মিয়তা"
    °°°°°°°°°°°°°°°°°
    ৰবি শংকৰ বৰদলৈ

    তুমি আছা বাবেইতো মোৰ সকলো আছে
    ন'হলেনো উকা উকা লগা
    এই জীৱনে
    কেনেকৈ সজালে হয়
    তোমাৰ আৰু মোৰ মাজৰ

    "একাত্মিয়তা"।