• devaprotim 6w

    মোৰ কবিতা

    Read More

    অস্তিত্ব

    সপোন দেখিছোঁ,
    সপোন ভাঙিছোঁ!

    অাকাশ অাঁকিছোঁ,
    অাকাশ মচিছোঁ!

    তৰা গণিছোঁ
    তৰা হেৰুৱাইছোঁ!

    পোহৰ ৰচিছোঁ,
    পোহৰ পুৰিছোঁ!

    অাশা বাঁকিছোঁ,
    অাশা কাঢ়িছোঁ!

    শব্দ গাঁথিছোঁ,
    শব্দ ছিঙিছোঁ!

    মই অাছোঁ,
    মই হেৰাইছোঁ!

    ©devaprotim