• nayan88 5w

    @দেউতা

    হাঁহি মাতি উল্লাসৰ ঢৌ তুলি
    খিকিন্দালি মাৰিছ একো নাই

    মাত্ৰ দেউতা আহিলেহে
    সতৰ্ক হৈ থাকিবি ভাই

    জানই নহয় অবাবত সময় নষ্ট কৰা
    আমাৰ দেউতাই বৰ ভাল নাপায়।
    @nalinnayan