• nayan88 15w

    @ইচ্ছা

    এখন নতুন পৃথিৱী গঢ়িম
    কাঁচি জোনীয়া কপালত
    ৰঙা বেলি আকিম
    কলদিলিয়া খোপাত
    আশাৰ বুটা বাচিম