• sdolakasharia 16w

    জীৱন

    জীৱন , এতিয়া মাথো
    হৰা জিকাৰ প্ৰতিযোগিতা ,
    প্ৰতিযোগিতাত হাৰিলে প্ৰতাৰণা
    আৰু জিকিলেও হেৰুওৱাৰ ভয় |
    ©sdolakasharia