• upashana 5w

    Word Prompt:

    Write a 10 word micro-tale on Inhuman

    Read More

    কুকুৰ

    কুকুৰটোৰ অাৰু কংকালসাৰ ল'ৰাটোৰ মাজত ৰুটিখনৰ বাবে থপিয়াথপি চাই সভ্য মানুহৰ গাড়ী চলি যায় দূৰলৈ উদাসীনভাবে যেন কতো একো হোৱা নাই ; পৃথিৱী বিচিত্রময় ।