• moondas 30w

    প্ৰত্যেক সন্তানৰ বাবে মাতৃৰ স্থান অাকাশলংঘী।
    "মাতৃ দিবসৰ" ৰ বাবে কোনো এটা নিৰ্দিষ্ট দিনৰ অাবশ্যক নহয় , প্ৰত্যেকটো দিনেই এক নতুন অাৰু সুকীয়া ।
    পৃথিবীৰ প্ৰতিগৰাকী মাতৃলৈ "মাতৃ দিবস" অশেষ শুভকামনা ।
    " নৈৰ সমান ব'ব কোন,
    অাইৰ সমান হ'ব কোন "।