• kashyap_18 5w

    ...

    এটি দীঘলীয়া পথ অতিক্ৰমি বুজিছো
    জীৱন পথত কাঁইটে বিন্ধিবই…
    হৃদয়ৰ অনামী যুঁজত
    কোমল বুকু থকা-সৰকা হবই…
    তথাপি জানো থমকি ৰ'ব?
    নৰ'ব……
    কিয়নো থমকি ৰোৱাজনে নুবুজে
    দুখৰ ৰাতিৰ ধুমুহাজাকৰ আস্ফালনক নেওচি হোৱা সূৰ্যোদয়ৰ মাদকতা……।।

    ✒️ভাস্কৰজ্যোতি বৰ্মন