• jayshree_sonowal 10w

    তোমাৰ ব্যস্ততাৰ পৰা কিছু
    সময় পালেই যথেষ্ট
    মই হাঁহি থাকিবৰ বাবে......
    শব্দ বোৰহে আচলতে এতিয়া হেৰাই যায়
    তোমাৰ ব্যস্ত চহৰৰ সেউজীয়া বোৰত..........
    তুমি যে মোৰ__?
    এই কথা তোমাৰ আগত ব্যক্ত কৰিবলৈ......!!!

    ©srvjayshree