• jaymamu 6w

    এদিন নামি আহিব...........
    মোৰ দুভৰিৰ নুপুৰযোৰে নৃত্য কৰিব
    মেঘৰ মাজে মাজে বিজুলীয়ে গুণগুণাব,
    এজাক কিনকিনিয়া বৰষুণৰ টুপালবোৰে
    ৰুণকজুণুককৈ.......সৰি থাকিব ওৰেটো নিশা
    আৰু সেই তুমি তুমি লগা আপোন অনুভৱবোৰে,
    মোক অনৱৰতে মেৰিয়াই ধৰি থাকিব______! ! !

    ©jaymamu