• devaprotim 30w

    মোৰ কবিতা

    Read More

    অনাখৰী

    মোৰ অাইয়েও অাখৰ নিচিনে,
    পিতায়েও।

    অাখৰৰ পৃথিৱীখনৰ কথা পাতিলে সেয়ে
    অায়েও ভয় কৰে,
    পিতায়েও।

    একে একে দুই হোৱাৰ পিছত,
    তিনিৰ পৰা এক গৈও যে দুই হয়
    সেইকথা মা-পিতাইক মই কেনেকৈ বুজাই কওঁ?

    ©devaprotim