• devaprotim 30w

    মোৰ কবিতা

    Read More

    শাব্দিক

    জৰ-জৰ কামিহাঁড়।
    এন্ধাৰ-এন্ধাৰ পোহৰ।

    জুৰ-জুৰ বাসনা
    থৰ-থৰ প্ৰহৰ।

    হুক-হুক কান্দোন
    মৰ-মৰ ভাঙোন!

    ©devaprotim