• kukilpratimsaikia 23w

    এজোপা দুজোপা কৰি
    হৃদয়ৰ মণিকোঠত
    আশাবোৰে বাগিচা পাতিছে
    মনটো মৌ-মাখি হৈ তাতে উৰি ফুৰিছে
    তোমাৰ প্ৰেমৰ ৰস বুটলি
    মৌচাকৰ এখন পৃথিৱী বিচাৰি
    ©kukilpratimsaikia