• devaprotim 50w

    মোৰ কবিতা

    Read More

    নতুন কবিতা

    বেলিৰ নতুন পোহৰত
    নতুন বতাহৰ সুৰ বাজিছে।

    মই নতুন কবিতা এটা বিচাৰি
    ফেনেকি অাছোঁ
    পুৰণি বেলিৰ সেমেকা পোহৰ অাৰু
    মৃত বতাহৰ মৰহা গোন্ধবোৰ!

    ©devaprotim