• b2ponr 6w

    Entrepreneurial Dream

    বন্ধ কোঠাত সোমাই
    হেপাহৰ গ্ৰহ উপগ্ৰহৰ
    অংক কৰি আছো...
    জীৱনৰ নলা নৰ্দমাত পৰি
    আকাশৰ তৰা লেখি আছো...
    আশা কৰিছো
    এদিন সংকীৰ্ণ পথত
    এদোখৰ ঠাই মোৰো হব...
    একো নহলেও
    এদিন সময়ে মোৰো নাম লব...

    ©bitupon