• kukilpratimsaikia 24w

    তিনি জুলাই
    তিনি বজাত
    তিনিখন মুখৰ
    জ্বৰ উঠিব
    পোৱা-নোপোৱাৰ শেতেলীত
    হেঁপাহবোৰে নিদ্ৰা মাগিব
    ©kukilpratimsaikia