• jayshree_sonowal 6w

    মিছা হাহিঁৰ আৰত ক’ত যে বিষাদৰ
    লুকাভাকু,
    হাহিঁৰ স্ৰোতবোৰ হেৰাই যায় সপোনৰ
    মৰিচিকা খেদি খেদি
    ক্ষুন্ন হৈ ৰয় অস্তৰাগৰ সপোন সজা
    জীৱন বাটৰ পৰিধিত
    মই ক্লান্ত, মই অশান্ত
    জীৱন বাটৰ মৰিচিকা বিচাৰি বিচাৰি.......!!!


    ©jayshree_sonowal