• bantisaikiadutta 31w

    মানসিক পৰিৱৰ্তন

    মানসিক পৰিৱৰ্তনে আনিব পাৰে
    বিপ্লৱৰ জোৱাৰ কৰ্মৰে বগাব পাৰি
    পাহাৰ পৰ্বত মহাকাশ পৃথিৱী পাৰ হৈ
    কৰ্মৰে দেখাবৰ হ'ল বুজাবৰ হ'ল
    পানীৰ তলৰ কাঁইট খোজে প্ৰতি অপৰাধ
    কৌৰৱৰ প্ৰাচীৰ ভাঙি যোৱাটো নহয়
    সহজ লভ্য সেন্দুৰীয়া বাট সহজ সৰল
    সহায়হীন অসহায় পৰ্বত সম অপমানৰ বুজা
    ডাইনী জখিনি কতনা নতুন নতুন নামেৰে
    ৰজন জনাবলৈ সদা ব্যস্ত সাত সতৰু
    বিপদ বেলাত সকলোতে মাথোন অন্ধকাৰ
    মানসিক ভাবে হ'ব লাগিব শক্তিশালী সজাগ
    সংকল্প মাথোন আগলৈ যোৱাৰ বিশাল সমুদ্ৰত
    মানসিকতাৰ পৰিৱৰ্তন অতি প্ৰয়োজন
    এটি বিপ্লৱৰ জোৱাৰ ভাটা সৃষ্টি কৰিবলৈ
    দুৰ্নীতিয়ে গৰকা চোতাল সৰ্বত অৰাজকতা
    এক বুজাব নোৱাৰা বিশৃংখলতা হিয়াই হিয়াই
    গপ নে ভেমৰ এখন ওৰণি টানি লোৱা ।
    ©bantisaikiadutta