ৰাতিক ভালপাবলৈ
নিহিকাবা মোক ,
উৰে নিশা ৰাতিৰ গভীৰতাত
মগ্ন হ'ব পাৰো মই।
প্ৰেম ভালপোৱা যেন এতিয়া...
ৰাতিবোৰেই!
কিয় বুলি নোহোধা নে?
এৰা....
নিসংগতাৰ দুখ ধাকিবলৈ ৰাতিবোৰেই মোৰ প্ৰিয়!!
-
phule2 11w