• phule2 11w

    ৰাতিক ভালপাবলৈ

    নিহিকাবা মোক ,
    উৰে নিশা ৰাতিৰ গভীৰতাত
    মগ্ন হ'ব পাৰো মই।
    প্ৰেম ভালপোৱা যেন এতিয়া...
    ৰাতিবোৰেই!
    কিয় বুলি নোহোধা নে?
    এৰা....
    নিসংগতাৰ দুখ ধাকিবলৈ ৰাতিবোৰেই মোৰ প্ৰিয়!!