• richaphukan 23w

    আবেলিৰ আকাশ খন

    দিনৰ বৰষুন জাকৰ পিছতে
    বতৰতো ছোন ফৰকাল হৈছে..
    আগফালৰ আকাশখনত চোন
    ৰামধেনু ওলাইছে..
    ভন্টীও দৌৰি আহে..
    দুয়োজনীয়ে আকাশ খনলৈ চাই ৰও!
    এক নতুন আশাৰে ।
    ©richaphukan