sarmishthasatarangini

music lover

Grid View
List View
  • sarmishthasatarangini 1d

    By unknown writer

    Read More

    Mother

    Mother is not a word ... it is a heaven of every child
    Mother is not a person... it is a life of every child
    Mother is not a plant.... it is a big tree of every child
    Mother is a mirror for child's faults or mistakes
    Mother is a sky upper of all child's head
    Mother is a ray of hope for any advantages
    Mother is a heartbeat for all child
    Without mother none can live

    Respect your mothers
    Don't underestimate them........

  • sarmishthasatarangini 2d

    কেতিয়াবা মানুহ এনেকৈ সলনি হৈ যাব লাগে যাতে মানুহে তেওঁৰ অাগৰ ৰূপটো ঘূৰাই পাবলৈ উত্তেজিত হৈ পৰে ৷

  • sarmishthasatarangini 3d

    পৰিৱর্তন হ'বলৈ মই নিশিকিলো সেইবাবে হয়তো পৰিৱর্তন হোৱা মানুহবোৰ চিনাত অসুবিধা হয়

  • sarmishthasatarangini 3d

    কাকো তেল নামাৰো বুলিয়েই ভাবি ডাঙৰ হৈছো ৷
    এতিয়া ভাবিছো নিজৰ অাৰু মা-দেউতাৰ বাহিৰে কাকো চিনি নোপোৱা হৈ যাওঁ ৷
    খোজেপতি জটিলতাৰ সৃষ্টি হোৱাতকৈ সকলোকে পাহৰি যোৱাটোৱেই মংগল ৷

  • sarmishthasatarangini 3d

    কাকো প্ৰত্যাহ্বান জনাব পৰাকৈ মোৰ সক্ষমতা নাই ৷
    কেৱল সঠিক পথৰ সন্ধানত ঘূৰি ফুৰিছো য'তেই সফল হ'ম তাতেই প্ৰত্যাহ্বানৰ মুখামুখি হ'ম ৷

  • sarmishthasatarangini 3d

    নতুন নতুন নিজৰ প্ৰতিভাৰ সন্ধানত নিজক জুখি চাইছো ৷ যিদিনা প্ৰতিভাৰ জখলা বগাব পাৰিম সেইদিনা অাৰু পিছলৈ ঘূৰি নাচাও

  • sarmishthasatarangini 3d

    all have a own talent... but how can its developing ...this depend on that person

  • sarmishthasatarangini 3d

    peoples mindset should have always fulfill with new creation because empty mind is store of devil .

  • sarmishthasatarangini 3d

    Right to talking is not the right to busy in some gossips, it's right to make a decession by discussion

  • sarmishthasatarangini 3d

    কাম কৰা কথা নহয় ......
    কামে তোমাক যুগমীয়া কৰিব কিন্তু কথাই তোমাক অপ্ৰিয় কৰিব